1) উপন্যাস সম্ৰাট বুলি কাক জনা যায়?
Ans :- Rajanikanta Bordoloi
2) বিহগীকবি বুলি কাক জনা যায়?
Ans :- Raghunath Choudhary
3) গীতিকবি বুলি কাক জনা যায়?
Ans :- Pravati Prasad Baruah
4) বাগ্মীবৰ বুলি কাক জনা যায়?
Ans :- Nilamoni Phookan
5) কৰ্মবীৰ বুলি কাক জনা যায় ?
Ans :- Nabin Chandra Bordoloi
6) লুইত কোঁৱৰ বুলি কাক জনা যায় ?
Ans :- Rudra Baruah
7) ৰূপকোঁৱৰ বুলি কাক জনা যায় ?
Ans :- Jyotiprasad Agarwalla
8) লোকপ্ৰিয় বুলি কাক জনা যায় ?
Ans :- Gopinath Bordoloi
9) প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় ?
Ans :- Chandra Kumar Agarwala
10) কলাগুৰু বুলি কাক জনা যায় ?
Ans:- Bishnuprasad Rabha
11) ধ্বনি কবি বুলি কাক জনা যায় ?
Ans :- Binanda Chandra Barua
11) বকুলবনৰ কবি বুলি কাক জনা যায় ?
Ans :- Ananda Chandra Barua
12) দেশভক্ত বুলি কাক জনা যায় ?
Ans :- Tarun Ram Phukan
13) জগতগুৰু বুলি কাক জনা যায় ?
Ans :- Sankardev
14) ৰসৰাজ / সাহিত্যৰথী বুলি কাক জনা যায় ?
Ans :- Laxminath Bezbaruah