ৰাজনীতি আৰু প্ৰধান খৱৰ
1. কামাখ্যা মন্দিৰৰ সমীপত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
2. আজি ৰাতিপুৱাই মুকলি হ'ৱ ব্ৰহ্মপুত্ৰৰ পুৰণি দলং ।
3. অসমৰ 65 খন মহাবিদ্যালয়ত 2021 ৰ পৰা আৰম্ভ হ'ৱ BEd ৰ পাঠ্যক্ৰম ।
4. শ্ৰেষ্ঠ 1000 খন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত গুৱাহাটী IIT এ 491 স্থান দখল কৰিবলৈ সক্ষম হয় ।
5. গুৱাহাটীৰ উগ্ৰতৰা মন্দিৰৰ পুখুৰীত দুষ্পাপ্য মাংসভোজী কাচ উদ্ধাৰ ।
6. যভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে শিখৰ ধাৱন সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে।

খেল
1. বিশ্বকাপত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ৱ বাংলাদেশ ।
2. অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি 50 অভাৰত 381 ৰান কৰিবলৈ সক্ষম হয়। বাংলাদেশক বিজয়ৰ বাবে প্ৰয়োজন 382 ৰান ।